Brahmaputra River I ব্রহ্মপুত্র নদী
মহাবাহুব্রহ্মপুত্ৰক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয়। বিশেষকৈ অসমৰ প্ৰাকৃতিক পৰিৱেশ, অর্থনৈতিক অৱস্থা আৰু মানুহৰ জীৱনধাৰণ ব্যৱস্থাত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ অপৰিসীম৷ ব্ৰহ্মপুত্ৰৰ উৎস হিমালয়ৰ উত্তৰে। এই নদী অৰুণাচল-হিমালয়ৰ মাজেৰে দক্ষিণলৈ আহি অসম উপত্যকাত প্ৰৱেশ কৰিছে। ব্রহ্মপুত্র এখন পূর্বৱর্তী নদী বুলি জনা যায় কাৰণ ব্ৰহ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে। ই পৃথিৱীৰ ষষ্ঠ … Read more