Ancient History of Assam, 7 Sister, উৎপত্তি, চাৰিসীমা, জলবায়ু

ভাৰতৰ বিভিন্ন ৰাজ্য সমূহৰ ভিতৰত নানা বৈচিত্ৰৰে সমৃদ্ধ ৰাজ্য ancient history of Assam ৰ বিষয়ে এই লেখনি টোৰ জৰিয়তে আপোনালোকৰ আগত উপস্থাপন কৰাৰ সামান্য প্ৰয়াস কৰিছো। লিখনি টো Assam history in Assamese language ত শেষলৈকে পঢ়ক, বৃহত্তৰ অসমৰ বিষয়ে এটি লিখনিৰ আওতাত সামৰি লব পৰাটো যদিও কোনোপধ্যে সম্ভৱপৰ নহয় তথাপিও চেষ্টা কৰা হৈছে যাতে পঢ়ুৱৈয়ে … Read more

(আবেদন) Arunodoi Asoni Online Apply, Assam, 2022, Last date, Form, Status, etc.

Arunodoi Asoni Online Apply

Arunodoi Asoni Online Apply 2022, অৰুণোদয় আঁচনি online apply ২০২২, Arunodoi asoni form, অৰুণোদয় আঁচনি list, Arunodoi asoni online apply Assam, অৰুণোদয় আঁচনি online apply, Arunodoi scheme list download, Arunodoi asoni status, Arunodoi asoni last date , How to check orunodoi beneficiary list আজি আজিৰ এই প্ৰবন্ধটোত 2020 বৰ্ষত অসম চৰকাৰে অসমবাসীৰ বাবে আৰম্ভ কৰা Arunodoi asoni ৰ শেহতীয়া সকলো বোৰ … Read more

Food Problems in India

Food Problems in India

ভাৰতৰ খাদ্য সমস্যা ভাৰতৰ কৃষি প্রধান দেশ।(Food Problems in India) ইয়াৰ শতকৰা ৮০ ভাগ লােক কৃষক। অন্নপূর্ণা আই ভাৰতীয়ে যুগ যুগ ধৰি ভাৰতৰ জনগণৰ মুখৰ আগত পূর্ণ অন্নপাত্র দাঙি ধৰি ভােগৰ উপচাৰেৰে মানুহৰ বনলৈ সুখ-শান্তি আনিছিল। ভােগৰ উভৈদনী সমল লৈ ভাৰতে বিশ্বৰ সন্মুখত উন্নত শিৰেৰে থিয় দি গের্বিত ওফন্দি পৰিছিল। দ্বিতীয় মহাসমৰৰ আগলৈকে ভাৰতত খাদ্য-শস্য … Read more

Our National Flag

Our National Flag

জাতীয় পতাকা(Our National Flag) এটা জাতিৰ স্বাধীনতা আৰু আত্ম-মর্যাদাবােধৰ মূর্ত প্রতীক। দেশৰ ভৌগােলিক অখণ্ডতা, সার্বভৌমত্ব, সাংস্কৃতিক বৈশিষ্ট্য, জাতিৰ আশা-আকাঙ্ক্ষা, আৱেগ অনুৰাগ, আনকি হৃদয়ৰ প্ৰতিটো স্পন্দন মূৰ্ত্তিমন্ত হৈ উঠে পতাকাৰ বুকুত। সেয়েহে জাতীয় পতাকাই বহন কৰে জাতীয় মর্যাদা আৰু এই মর্যাদা ৰক্ষাৰ কাৰণেই হাজাৰ হাজাৰ বীৰ-বীৰাংগনাই জাতীয় পতাকা বুকুত সাৱটি লৈ হাঁহি হাঁহি প্রাণ আহুতি দিয়ে। … Read more

Flood In Assam

Flood In Assam

অসমৰ বানপানী Flood In Assam, সুজলা-সুফলা, শস্য-শ্যামলা অসম প্ৰকৃতিৰ লীলাভূমি। প্রকৃতিয়ে অসমৰ বুকুত সােণ গজায়, সােণ ফলায়। কেঁচা সােণ, বগা সােণ, ক’লা সােণেৰে অসম ঐশ্বর্যমণ্ডিত। অসমৰ বালিয়ে, মাটিয়ে, নৈয়ে, জানে, জুৰিয়ে কেৱল সােণ আৰু সােণ। এই সােণ বুটলি বুটলি অসমীয়া জাতি এসময়ত ঐশ্বর্যশালী হৈছিল। কিন্তু “তেহি নাে দিৱসা গতাঃ”। আজি সােৱণশিৰীৰ বুকুৰ সােণ ভেঁকুৰা কোনে … Read more

Natural Beauty Of Assam

Natural Beauty Of Assam

অসমৰ প্ৰাকৃতিক সৌন্দর্য সুন্দৰৰ অলৌকিক মহিমাৰ ছন্দময় পৰশত গছে গছে, লতাই লতাই সৌন্দর্য-দীপ্ত কুসুমৰ প্রস্ফুটিত ৰূপচ্ছটাই প্ৰকৃতিৰ বুকুত সুন্দৰৰ সৌন্দৰ্যৰ জ্যোতির্ময় মেলা পাতি যােজন বিয়পা সুৰভিৰে প্রাণীজগতৰ মন বিমােহিত, চঞ্চল-চপল কৰি তােলে; মধুস্মিতা প্রকৃতিৰ লাস্যময়ী ৰূপৰ মাধুর্যই মানুহৰ মনােৰাজ্যত আলােড়ন সৃষ্টি কৰে; মানুহৰ মন নাচি উঠে। অনুভূতি জাগ্রত হয়; ভাবৰ হিল্লোলে দিগন্তৰ সীমা বিচাৰি উধাও … Read more

Assam Employment Exchange Online Registration 2022

Assam Employment Exchange Online Registration 2021

Assam Employment Exchange Online Registration 2022 is a government job website. The facility formed by the Assam government where anyone interested in a job can register. We can call it the Assam Government Jobs Official Website. The major goal of the Employment Exchange Assam district-by-district online registration is to supply individuals with as much work … Read more

Atal Amrit Card

Atal Amrit Card

Under Atal Amrit Abhiyan, APL and BPL families can take Atal Amrit Card from the state government. One of the best initiatives for APL and BPL families is the Atal Amrit Abhiyan. with an annual income of up to 5lakhs yearly can receive this cashless treatment and don’t miss out on any health emergencies treatment. … Read more

Re Svayem

Re Svayem

Re Svayem, The Swami Vivekananda Assam Youth Empowerment (SVAYEM) Yojana, which was announced by Assam’s Finance Minister in his budget speech on February 7, 2017, is a flagship program that provides financial assistance to Assamese youths who want to start businesses in the manufacturing, trading, or service sectors. The goal of this scheme is to … Read more

PM Wani Registration

PM Wani Registration

PM Wani Registration, The Department of Telecommunications introduced the PM-WANI scheme last month. By developing a decentralized system of public access points, the goal is to improve internet connectivity across the country. Broadband will be provided through public Wi-Fi hotspot providers under the PM-WANI framework. The Public Data Office (PDO), Public Data Office Aggregator (PDOA), … Read more

error: Content is protected !!