(আবেদন) Arunodoi Asoni Online Apply, Assam, 2022, Last date, Form, Status, etc.

Arunodoi Asoni Online Apply 2022, অৰুণোদয় আঁচনি online apply ২০২২, Arunodoi asoni form, অৰুণোদয় আঁচনি list, Arunodoi asoni online apply Assam, অৰুণোদয় আঁচনি online apply, Arunodoi scheme list download, Arunodoi asoni status, Arunodoi asoni last date , How to check orunodoi beneficiary list আজি

আজিৰ এই প্ৰবন্ধটোত 2020 বৰ্ষত অসম চৰকাৰে অসমবাসীৰ বাবে আৰম্ভ কৰা অসম চৰকাৰৰ নতুন আঁচনি ২০২২ Arunodoi asoni ৰ শেহতীয়া সকলো বোৰ তথ্য যেনে- Arunodoi online apply আবেদন-প্ৰক্ৰিয়া, Arunodoi online apply last date যোগ্যতাৰ চৰ্ত, আঁচনিখনৰ লাভা-লাভ, আঁচনিখনৰ উদেশ্য আৰু লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ ভাৱে অসমৰ বাসিন্দাসকলৰ বাবে আচনিখন কিদৰে ৰূপায়ন কৰা হৈছে ,তাৰ ওপৰত সম্পূৰ্ণ বিবৰণ দিয়া হৈছে।

এই প্ৰবন্ধটোৰ যোগেদি আমি আপোনাক আপোনাৰ মনত উদ্ভৱ হোৱা সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সর্বটোপ্ৰকাৰে চেষ্টা কৰা হৈছে। লগতে Arunodoi asoni form pdf ৰূপত ডাউনলোড কৰিব পাৰিব।

Arunodoi asoni online apply 2022, অৰুণোদয় আঁচনি online apply 2022

অসম চৰকাৰে ২০২০ চনৰ ১ ডিচেম্বৰ তাৰিখে অসমত অৰুণোদয় আঁচনি Arunodoi asoni ৰ শুভাৰম্ভ কৰিছিল।

এই Arunodoi asoni online apply 2022 ৰ অধীনত অসমৰ হিতাধিকাৰি সকলক ঔষধ, মাহজাতীয় শস্য, চেনী আদি মৌলিক সামগ্ৰী ক্ৰয় কৰিবলৈ প্ৰতি মাহে ৮৩০ টকা কৈ দিয়াৰ কথা ঘোষণা কৰিছিল। ঔষধ ক্রয় কৰিবলৈ ৪০০ টকা, ৪ কিলোগ্ৰাম মাহজাতীয় শস্য ক্ৰয় কৰিবলৈ ২০০ টকা, চেনী ক্ৰয় কৰিবলৈ ১৫০ টকা মুঠতে ৮৩০ টকাৰ যোগেদি হিতাধিকাৰী সকলক আৰ্থিক ভাৱে কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিছিল। Arunodoi Online Apply

অৰুণোদয় আঁচনি online apply ২০২২-অৰুণোদয় আঁচনিৰ অধীনত (Arunodoi asoni Assam online apply) যোগেদি প্ৰত্যক্ষ লাভা-লাভ স্থানান্তৰ পদ্ধতিৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ Assam arunodoi asoni ৰ ধনৰাশি পোনপটীয়াকৈ স্থানান্তৰ কৰা হয়। অসম অৰুণোদয় আঁচনিৰ অধীনত অসম চৰকাৰে বছৰি ২৪০০ কোটি টকাৰ ব্যয় কৰি আছে।

পুনৰ সংযোজন, Arunodoi asoni amount

২০২১/২২ বৰ্ষৰ বাজেটত পুনৰ ১৭০ টকা সংযোজন কৰি মুঠ ধনৰাশি Arunodoi asoni amount ১০০০ টকালৈ বৃদ্ধি কৰা হয়।

Arunodoi Asoni Online Apply
Arunodoi Asoni Online Apply

অসম ৰাজ্যৰ বিভিন্ন সেৱা ৰূপায়ন কৰা হৈছে এই Arunodoi Asoni Assam ৰ Arunodoi asoni apply 2022 মূল উদেশ্য। অসমৰ হিতাধিকাৰ সকলক বিভিন্ন প্ৰকাৰে লাভা-লাভ প্ৰদান কৰাতো এই আচঁনিৰ অন্য এক বিশেষ উদেশ্য। সংশ্লিষ্ট কৰ্তৃপক্ষৰ মূল উদেশ্য হৈছে কোনো আৰ্থিক সমস্যা নোহোৱাকৈ সুখী জীৱন যাপন কৰাত অসমৰ সকলো বাসিন্দাক সহায় কৰা। আমি সকলোৱে জানো যে অসম এখন সৰু ৰাজ্য আৰু বৰ্তমানৰ লৈকে বহু লোক আৰ্থিক সংকটৰ গৰাহত আছে, এই আঁচনিৰ জৰিয়তে সেই বোৰ দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ অসম চৰকাৰে পূৰ্ণ প্ৰয়াস কৰিছে। Arunodoi Asoni Assam

Assam Orunodoi Scheme 2022

আচঁনিৰ নামঅসম অৰুণোদয় আঁচনি Assam Orunodoi Scheme
শুভাৰম্ভ২অক্টোবৰ ২০২০
ধনৰ পৰিমান৮৩০টকা
শুভাৰম্ভঅসম চৰকাৰ
ৰূপায়ন বিত্ত বিভাগ অসম
হিতাধিকাৰিমহিলা
উদেশ্যদুখীয়া পৰিয়ালক আৰ্থিক ভাৱে স্বচ্ছল কৰা
অফচিয়েল ৱেবছাইটক্লিক কৰক
এপ্লিকেচন প্ৰক্ৰিয়াঅনলাইন
শ্ৰেণীচৰকাৰী আঁচনি

Assam Orunodoi Scheme’s Benefits

এই আচঁনিৰ অধীনত প্ৰায় ২২ লাখ হিতাধিকাৰিক সামৰি লোৱা হৈছে। কামৰূপ জিলাৰ অন্তৰ্গত আমিন গাঁৱত অনুষ্ঠিত এক সভাত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই আঁচনিখনৰ আৰম্ভ কৰিছিল। মহিলা সকলক সবলীকৰণৰ বাবে পৰিয়ালৰ মহিলা সদস্যই এই আঁচনিৰ সুবিধা লব পাৰিব। Arunodoi Online Apply

এই আচঁনিৰ অধীনত সেই বোৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হৈছে যি বোৰ পৰিয়ালত দিব্যাংগ বা অবিবাহিত ছোৱালী আছে, আৰু কোনো দুৰ্ভাগ্যবশতঃ যি বোৰ ছোৱালী বিয়া হোৱাৰ পাছত পুনৰায় দেউতাকৰ ঘৰলৈ ঘূৰি আহিছে। চৰকাৰে আৰু ৮ লাখ পৰিয়ালক এই আঁচনিৰ জৰিয়তে সহায় কৰাৰ পৰিকল্পনাও আগত ৰাখিছে। এই আচঁনিৰ যোগেদি ২২ লাখ হিতাধিকাৰিৰ ভিতৰত , অসম চৰকাৰে ২৯ খন জিলাত ১৮.৬০ লাখ টকা স্থানান্তৰিত কৰিছে।

  • বিটিচি নিৰ্বাচনৰ পিছত বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া জিলাৰ বাকী হিতাধিকাৰীসকলে তেওঁলোকৰ আঁচনিৰ লাভা-লাভ লাভ কৰিব। জিলা কেইখন হল কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। Arunodoi Online Apply
  • ২০২০ চনৰ‌ ১ ডিচেম্বৰৰ পৰা হিতাধিকাৰীসকলেএই Arunodoi Asoni Online Apply 2022 আচঁনিৰ সুবিধা লাভ কৰি আহিছে।
  • ডিচেম্বৰ মাহৰ ধনৰাশি, 26 ডিচেম্বৰ 2020 তাৰিখে সকলো হিতাধিকাৰীৰ বেঙ্ক একাউণ্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰা হয়।

Orunodoi Scheme Benefit Amount

নিম্নলিখিত ৰাজসাহায্যৰ পৰিমাণ প্ৰাপ্তকৰ্তাসকলে দোকানৰ পৰা ক্ৰয় কৰিব লগা বিভিন্ন প্ৰকাৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব:-

সামগ্ৰী পৰিমাণ
ঔষধ ক্ৰয় ৪০০ টকা
4 কিলোগ্ৰাম মাহজাতীয় শস্যৰ বাবে 50% ৰাজসাহায্য২০০ টকা
ফল আৰু পাচলিৰ বাবদ১৫০ টকা
4 কিলোগ্ৰাম চেনীৰ বাবে 50% ৰাজসাহায্য৮০ টকা
২০২১/২২ বৰ্ষৰ বাজেটত পুনৰ সংযোজন ১৭০ টকা
মুঠ১০০০ টকা

Benefits Of Orunodoi Scheme

Assam Orunodoi Asoni ৰ অধীনত, হিতাধিকাৰীসকলে তেখেতসকলে পাবলগিয়া ধনৰাশি পোনপটীয়াকে বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হয়। Arunudoi Scheme ৰ অধীনত বিকলাঙ্গ/ বিধৱা/ বিবাহ বিচ্ছেদহোৱা/ অবিবাহিত/ পৃথক বা বিকলাঙ্গ মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হয়। Arunodoi Asoni Online Apply 2022 এই আঁচনিত হিতাধিকাৰীসকলক প্ৰদান কৰা সুবিধা বোৰ এনে ধৰণৰ:-

  • আঁচনিখনৰ বাবে ২৮০০ কোটি টকা সংৰক্ষিত ৰখা হৈছে যাৰ অধীনত প্ৰতি বছৰে ২৬ লাখ অসহায় পৰিয়ালক বেংক একাউণ্টৰ জৰিয়তে বৰ্তমানৰ ১২,০০০ টকাৰ পৰা বৃদ্ধি কৰি ১৫,০০০ টকা ১৫ আগষ্টৰ পাছৰ পৰা প্ৰদান কৰা হব।
  • চৰকাৰে প্ৰতি মাহে ১২৫০ টকাৰ সহযোগ কৰা মানে দৰিদ্ৰ পৰিয়াল সকলক বছৰি অতিৰিক্ত ১৫,০০০ টকাৰ উপাৰ্জন। Arunodoi Online Apply
  • শেহতীয়া ২৫০ টকা সংযোজনে বিজুলীৰ বিল পৰিশোধ কৰাত দৰিদ্ৰ পৰিয়ালক নিশ্চয় সহায় কৰিব।

Arunodoi Asoni Online Apply, অৰুণোদয় আঁচনি online apply

কৰ্তৃপক্ষৰ চৰকাৰী বিবৃতি অনুসৰি নিম্নলিখিত লোকসকলে অৰুণোদয় আঁচনি Arunodoi Asoni ত অগ্ৰাধিকাৰ পাব। Arunodoi Asoni Online Apply 2022 ৰ কাৰণে আবেদন কাৰীৰ যোগ্যতাৰ চৰ্ত সমূহ তলত উল্লেখ কৰা হল।

  • বিধৱা মহিলা সকল
  • অবিবাহিত মহিলা
  • দিব্যাংগ সদস্য থকা পৰিয়ালসমূহ
  • বিবাহ বিচ্ছেদহোৱা মহিলা
  • আপোনাৰ ঘৰত যদি ফ্ৰিজ আছে তেনেহলে আপুনি এই Arunodoi Asoni 2022 ৰ বাবে অগ্ৰাধিকাৰ নাপাব।
  • আপোনাৰ ঘৰত যদি এচি (A/C) আছে তেনেহলে আপুনি এই Arunodoi Asoni 2022 ৰ বাবে অগ্ৰাধিকাৰ নাপাব।
  • আপোনাৰ ঘৰত যদি চাৰিচকীয়া বাহন বা তেক্টৰ আছে তেনেহলে আপুনি এই Arunodoi Asoni 2022 ৰ বাবে অগ্ৰাধিকাৰ নাপাব।

Arunodoi asoni online apply 2022 last date

Arunodoi asoni ৰ আবেদন বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানলৈকে গ্ৰহণ কৰি আছে, Arunodoi scheme ৰ আবেদনৰ বাবে চৰকাৰে কোনো নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা নাই। ২০২২ বৰ্ষৰ জুন জুলাই মাহত পূৰ্বৰ হিতাধিকৰী সকলৰ পুনৰীক্ষণ কৰা হব। চৰকাৰে ২০২২ চনৰ ১৫ আগষ্টৰ আগত প্ৰত্যেক টো সমষ্টিত নতুনকৈ ৬০০০ হিতাধিকাৰী সৃষ্টি কৰাৰ পৰিকল্পনাও কৰিছে, গতিকে যি সকল যোগ্য ব্যক্তি orunodoi asoni ৰ বাবে বৰ্তমানে আবেদন কৰা নাই তেখেত সকলে Arunodoi asoni online apply 2022 last date ৰ কথা চিন্তা নকৰি এই আঁচনিৰ অন্তৰ্ভুক্ত হব পাৰিব। Arunodoi Online Apply

Assam Employment Exchange Online registration

Arunodoi asoni form pdf download

1
Arunodoi asoni application form
1
Arunodoi asoni application form
1
Arunodoi asoni application form

Arunodoi Asoni form pdf ৰূপত পাবলৈ তলৰ ডাউনলোড বুটম টোত স্পৰ্শ কৰক।

Arunodoi asoni online apply Assam

আবেদনকাৰীয়ে আৱেদনৰ চৰ্তবোৰ ভালদৰে অৱগত হ’ব লাগিব আৰু পঞ্জীয়নৰ অন্তিম তাৰিখ Arunodoi asoni online apply 2022 last date ৰ আগতে Assam ৰ আবেদনকাৰীয়ে (Arunodoi asoni online apply Assam)কৰিব লাগিব-

  • যিজন আবেদনকাৰীয়ে অৰুণোদয় আঁচনিৰ Arunodoi asoni বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে প্ৰথমতে অফিচিয়েল ৱেবছাইটত দৰ্শন কৰিব লাগিব।
  • এতিয়া অফিচিয়েল ৱেবছাইটৰ orunodoi.in assam 2022 হোম পৃষ্ঠাত, আপুনি আবেদন পত্ৰ Arunodoi Asoni form pdf ৰূপত পাব, যিটো আপুনি অফিচিয়েল ৱেবছাইটত নোযোৱাকে ওপৰৰ ডাউনলোড বুতম টো ক্লিক কৰিও পাবলৈ সক্ষম হব।
  • আৱেদন প্ৰপত্ৰখন ডাউনলোড কৰক আৰু সকলো বাধ্যতামূলক বিৱৰণৰ সৈতে অৰুণোদয় আঁচনিৰ Arunodoi asoni আবেদন পত্ৰ পূৰণ কৰক।
  • আৱেদন প্ৰপত্ৰৰ সৈতে প্ৰয়োজনীয় সকলো দস্তাবেজসংলগ্ন কৰক আৰু ইয়াক সংশ্লিষ্ট বিভাগত দাখিল কৰক।

How to check Arunodoi asoni status, Arunodoi asoni beneficiary status

  • প্ৰথমে, অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
  • অফিচিয়েল ৱেবছাইটৰ হোম পেজটো আপোনাৰ সন্মুখত ওলাব।
  • হোমপেজত, আপুনি দৰ্শন স্থিতিত View Status ক্লিক কৰিব লাগিব।
  • এতিয়া জিলাৰ তালিকা সমূহ আপোনাৰ সন্মুখত ওলাব আপোনাৰ জিলা খন বাছনি কৰক।
  • এতিয়া আপোনাৰ সন্মুখত এটা নতুন পৃষ্ঠা ওলাব। Arunodoi Asoni Online Apply 2022
  • এই নতুন পৃষ্ঠাত, হিতাধিকাৰীৰ নাম বা নম্বৰ প্ৰবিষ্ট কৰিব লাগিব।
  • তাৰ পিছত, আপুনি সন্ধানত Searh ক্লিক কৰিব লাগিব।
  • এপ্লিকেচন স্থিতি Arunodoi asoni status অৰ্থাত Arunodoi asoni beneficiary status আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত চাব পাৰিব।

FAQ

Arunodoi Asoni Online Apply 2022 Last Date?

Arunodoi asoni ৰ আবেদন বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানলৈকে গ্ৰহণ কৰি আছে, Arunodoi Asoni ৰ আবেদনৰ বাবে চৰকাৰে কোনো নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা নাই।

How To Check Arunodoi Beneficiary Status?

প্ৰথমে, অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটলৈ যাওক, হোমপেজত, আপুনি দৰ্শন স্থিতিত View Status ক্লিক কৰিব লাগিব।

Arunodoi Asoni form pdf ৰূপত কেনেকৈ ডাউনলোড কৰিব পাৰি?

ওপৰোক্ত ৱেবছাইট টোত গৈ আপুনি অৰুনোদইৰ ফৰ্ম ডাউনলোড কৰিব পাৰিব।

Leave a Comment

error: Content is protected !!