Food Problems in India

Food Problems in India

ভাৰতৰ খাদ্য সমস্যা ভাৰতৰ কৃষি প্রধান দেশ।(Food Problems in India) ইয়াৰ শতকৰা ৮০ ভাগ লােক কৃষক। অন্নপূর্ণা আই ভাৰতীয়ে যুগ যুগ ধৰি ভাৰতৰ জনগণৰ মুখৰ আগত পূর্ণ অন্নপাত্র দাঙি ধৰি ভােগৰ উপচাৰেৰে মানুহৰ বনলৈ সুখ-শান্তি আনিছিল। ভােগৰ উভৈদনী সমল লৈ ভাৰতে বিশ্বৰ সন্মুখত উন্নত শিৰেৰে থিয় দি গের্বিত ওফন্দি পৰিছিল। দ্বিতীয় মহাসমৰৰ আগলৈকে ভাৰতত খাদ্য-শস্য … Read more

Our National Flag

Our National Flag

জাতীয় পতাকা(Our National Flag) এটা জাতিৰ স্বাধীনতা আৰু আত্ম-মর্যাদাবােধৰ মূর্ত প্রতীক। দেশৰ ভৌগােলিক অখণ্ডতা, সার্বভৌমত্ব, সাংস্কৃতিক বৈশিষ্ট্য, জাতিৰ আশা-আকাঙ্ক্ষা, আৱেগ অনুৰাগ, আনকি হৃদয়ৰ প্ৰতিটো স্পন্দন মূৰ্ত্তিমন্ত হৈ উঠে পতাকাৰ বুকুত। সেয়েহে জাতীয় পতাকাই বহন কৰে জাতীয় মর্যাদা আৰু এই মর্যাদা ৰক্ষাৰ কাৰণেই হাজাৰ হাজাৰ বীৰ-বীৰাংগনাই জাতীয় পতাকা বুকুত সাৱটি লৈ হাঁহি হাঁহি প্রাণ আহুতি দিয়ে। … Read more

Flood In Assam

Flood In Assam

অসমৰ বানপানী Flood In Assam, সুজলা-সুফলা, শস্য-শ্যামলা অসম প্ৰকৃতিৰ লীলাভূমি। প্রকৃতিয়ে অসমৰ বুকুত সােণ গজায়, সােণ ফলায়। কেঁচা সােণ, বগা সােণ, ক’লা সােণেৰে অসম ঐশ্বর্যমণ্ডিত। অসমৰ বালিয়ে, মাটিয়ে, নৈয়ে, জানে, জুৰিয়ে কেৱল সােণ আৰু সােণ। এই সােণ বুটলি বুটলি অসমীয়া জাতি এসময়ত ঐশ্বর্যশালী হৈছিল। কিন্তু “তেহি নাে দিৱসা গতাঃ”। আজি সােৱণশিৰীৰ বুকুৰ সােণ ভেঁকুৰা কোনে … Read more

Natural Beauty Of Assam

Natural Beauty Of Assam

অসমৰ প্ৰাকৃতিক সৌন্দর্য সুন্দৰৰ অলৌকিক মহিমাৰ ছন্দময় পৰশত গছে গছে, লতাই লতাই সৌন্দর্য-দীপ্ত কুসুমৰ প্রস্ফুটিত ৰূপচ্ছটাই প্ৰকৃতিৰ বুকুত সুন্দৰৰ সৌন্দৰ্যৰ জ্যোতির্ময় মেলা পাতি যােজন বিয়পা সুৰভিৰে প্রাণীজগতৰ মন বিমােহিত, চঞ্চল-চপল কৰি তােলে; মধুস্মিতা প্রকৃতিৰ লাস্যময়ী ৰূপৰ মাধুর্যই মানুহৰ মনােৰাজ্যত আলােড়ন সৃষ্টি কৰে; মানুহৰ মন নাচি উঠে। অনুভূতি জাগ্রত হয়; ভাবৰ হিল্লোলে দিগন্তৰ সীমা বিচাৰি উধাও … Read more

error: Content is protected !!