Brahmaputra River I ব্রহ্মপুত্র নদী

Brahmaputra River

মহাবাহুব্রহ্মপুত্ৰক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয়। বিশেষকৈ অসমৰ প্ৰাকৃতিক পৰিৱেশ, অর্থনৈতিক অৱস্থা আৰু মানুহৰ জীৱনধাৰণ ব্যৱস্থাত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ অপৰিসীম৷ ব্ৰহ্মপুত্ৰৰ উৎস হিমালয়ৰ উত্তৰে। এই নদী অৰুণাচল-হিমালয়ৰ মাজেৰে দক্ষিণলৈ আহি অসম উপত্যকাত প্ৰৱেশ কৰিছে। ব্রহ্মপুত্র এখন পূর্বৱর্তী নদী বুলি জনা যায় কাৰণ ব্ৰহ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে। ই পৃথিৱীৰ ষষ্ঠ … Read more

Ananda Ram Baruah Essay in Assamese I আনন্দৰাম বৰুৱা

Ananda Ram Baruah Essay in Assamese

ক্ষণজন্মা আনন্দৰামৰ Ananda Ram Baruah Essay in Assamese নাম আমি সকলোৱে শুনিছোঁ। আমাৰ আগতো তেওঁৰ নাম বহুতে শুনিছিল আৰু আমাৰ পিছতো বহুতে শুনিব। গতিকে, অতীত, বর্তমান, ভৱিষ্যৎ তিনি কালতে ব্যাপি থাকি তেওঁ তেওঁৰ মহত্ত্বৰ পৰিচয় দিছে। ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশতে জ্ঞানী সমাজত আনন্দৰামৰ নাম জনাজাত। প্রকৃত মহৎ লোকসকলে এইদৰেই দেশকালৰ সীমা অতিক্রম … Read more

Swanirbhar Naari Scheme Assam I স্বনিৰভৰ নাৰী আঁচনি

Swanirbhar Naari Scheme Assam

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যখনত স্বানিৰভৰ নাৰী আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিখন বিশেষকৈ ৰাজ্যখনৰ মহিলা শিপিনীসকলৰ বাবে। হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ জৰিয়তে, অসম চৰকাৰে অসমৰ মহিলা শিপিনীসকলৰ বাবে এই ফ্লেগশ্বিপ আঁচনি ৰূপায়ণ কৰি আছে। “স্বানিৰভৰ” শব্দটো এটা হিন্দী শব্দ যাৰ অৰ্থ হৈছে আত্মনিৰ্ভৰশীল। এই নতুন আঁচনিখন ৰাজ্য চৰকাৰৰ দ্বাৰা মহিলা শিপিনীসকলক শক্তিশালী কৰাৰ … Read more

National Flag India

National Flag India

The National Flag India is an embodiment of the nation’s freedom and self-respect. The geographical integrity of the country, the sovereignty, the cultural characteristics, the hopes and aspirations of the nation, the desires of the nation, the desires of the nation, the heartbeat of the heart are raised by the flag. It is the national … Read more

Ancient History of Assam, 7 Sister, উৎপত্তি, চাৰিসীমা, জলবায়ু

Ancient History of Assam

ভাৰতৰ বিভিন্ন ৰাজ্য সমূহৰ ভিতৰত নানা বৈচিত্ৰৰে সমৃদ্ধ ৰাজ্য ancient history of Assam ৰ বিষয়ে এই লেখনি টোৰ জৰিয়তে আপোনালোকৰ আগত উপস্থাপন কৰাৰ সামান্য প্ৰয়াস কৰিছো। লিখনি টো Assam history in Assamese language ত শেষলৈকে পঢ়ক, বৃহত্তৰ অসমৰ বিষয়ে এটি লিখনিৰ আওতাত সামৰি লব পৰাটো যদিও কোনোপধ্যে সম্ভৱপৰ নহয় তথাপিও চেষ্টা কৰা হৈছে যাতে পঢ়ুৱৈয়ে … Read more

(আবেদন) Arunodoi Asoni Online Apply, Assam, 2022, Last date, Form, Status, etc.

Arunodoi Asoni Online Apply

Arunodoi Asoni Online Apply 2022, অৰুণোদয় আঁচনি online apply ২০২২, Arunodoi asoni form, অৰুণোদয় আঁচনি list, Arunodoi asoni online apply Assam, অৰুণোদয় আঁচনি online apply, Arunodoi scheme list download, Arunodoi asoni status, Arunodoi asoni last date , How to check orunodoi beneficiary list আজি আজিৰ এই প্ৰবন্ধটোত 2020 বৰ্ষত অসম চৰকাৰে অসমবাসীৰ বাবে আৰম্ভ কৰা Arunodoi asoni ৰ শেহতীয়া সকলো বোৰ … Read more

Food Problems in India

Food Problems in India

ভাৰতৰ খাদ্য সমস্যা ভাৰতৰ কৃষি প্রধান দেশ।(Food Problems in India) ইয়াৰ শতকৰা ৮০ ভাগ লােক কৃষক। অন্নপূর্ণা আই ভাৰতীয়ে যুগ যুগ ধৰি ভাৰতৰ জনগণৰ মুখৰ আগত পূর্ণ অন্নপাত্র দাঙি ধৰি ভােগৰ উপচাৰেৰে মানুহৰ বনলৈ সুখ-শান্তি আনিছিল। ভােগৰ উভৈদনী সমল লৈ ভাৰতে বিশ্বৰ সন্মুখত উন্নত শিৰেৰে থিয় দি গের্বিত ওফন্দি পৰিছিল। দ্বিতীয় মহাসমৰৰ আগলৈকে ভাৰতত খাদ্য-শস্য … Read more

Our National Flag

Our National Flag

জাতীয় পতাকা(Our National Flag) এটা জাতিৰ স্বাধীনতা আৰু আত্ম-মর্যাদাবােধৰ মূর্ত প্রতীক। দেশৰ ভৌগােলিক অখণ্ডতা, সার্বভৌমত্ব, সাংস্কৃতিক বৈশিষ্ট্য, জাতিৰ আশা-আকাঙ্ক্ষা, আৱেগ অনুৰাগ, আনকি হৃদয়ৰ প্ৰতিটো স্পন্দন মূৰ্ত্তিমন্ত হৈ উঠে পতাকাৰ বুকুত। সেয়েহে জাতীয় পতাকাই বহন কৰে জাতীয় মর্যাদা আৰু এই মর্যাদা ৰক্ষাৰ কাৰণেই হাজাৰ হাজাৰ বীৰ-বীৰাংগনাই জাতীয় পতাকা বুকুত সাৱটি লৈ হাঁহি হাঁহি প্রাণ আহুতি দিয়ে। … Read more

Flood In Assam

Flood In Assam

অসমৰ বানপানী Flood In Assam, সুজলা-সুফলা, শস্য-শ্যামলা অসম প্ৰকৃতিৰ লীলাভূমি। প্রকৃতিয়ে অসমৰ বুকুত সােণ গজায়, সােণ ফলায়। কেঁচা সােণ, বগা সােণ, ক’লা সােণেৰে অসম ঐশ্বর্যমণ্ডিত। অসমৰ বালিয়ে, মাটিয়ে, নৈয়ে, জানে, জুৰিয়ে কেৱল সােণ আৰু সােণ। এই সােণ বুটলি বুটলি অসমীয়া জাতি এসময়ত ঐশ্বর্যশালী হৈছিল। কিন্তু “তেহি নাে দিৱসা গতাঃ”। আজি সােৱণশিৰীৰ বুকুৰ সােণ ভেঁকুৰা কোনে … Read more

Natural Beauty Of Assam

Natural Beauty Of Assam

অসমৰ প্ৰাকৃতিক সৌন্দর্য সুন্দৰৰ অলৌকিক মহিমাৰ ছন্দময় পৰশত গছে গছে, লতাই লতাই সৌন্দর্য-দীপ্ত কুসুমৰ প্রস্ফুটিত ৰূপচ্ছটাই প্ৰকৃতিৰ বুকুত সুন্দৰৰ সৌন্দৰ্যৰ জ্যোতির্ময় মেলা পাতি যােজন বিয়পা সুৰভিৰে প্রাণীজগতৰ মন বিমােহিত, চঞ্চল-চপল কৰি তােলে; মধুস্মিতা প্রকৃতিৰ লাস্যময়ী ৰূপৰ মাধুর্যই মানুহৰ মনােৰাজ্যত আলােড়ন সৃষ্টি কৰে; মানুহৰ মন নাচি উঠে। অনুভূতি জাগ্রত হয়; ভাবৰ হিল্লোলে দিগন্তৰ সীমা বিচাৰি উধাও … Read more

error: Content is protected !!